কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বৰঘুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহ শিক্ষয়িত্ৰী প্ৰয়াত নিৰদা ডেকাৰ আত্মাৰ সদগতিৰ বাবে আজি সন্ধিয়া গাওঁবাসীয় বিদ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে৷উল্লেখ্য যে যোৱা সাত আগষ্টত শিক্ষয়িত্ৰী গৰাকীয়ে ইহলীলা সম্বৰণ কৰিছিল৷আজি তেওঁ মৃত্যুৰ এমাহ পূৰ্ণ হোৱা উপলক্ষে তেওঁৰ গুনমুগ্ধ তথা একাংশ প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে শহস্ৰাধিক বন্তি প্ৰজ্বলন কৰি প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীলৈ গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে আত্মাৰ সদগতি কামনা কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં ઠાકોરજી ના પધરામણી
સિહોરના અગ્રણી બિલ્ડર અજય શુક્લ પરિવારના ઘરે હૈયાના હેત ભર્યા અખિલ બ્રહ્માંડના...
২৯০ টা 'স্তম্ভ'ত এটা 'মহাকাব্য' কাহিনী: ভগৱান ৰামৰ অযোধ্যা-ৰামেশ্বৰম যাত্ৰাৰ বৰ্ণনা কৰিবলৈ বিশাল স্তম্ভ
বিশাল ৰাম স্তম্ভই ভগৱান ৰামৰ অযোধ্যাৰ পৰা ৰামেশ্বৰমলৈ কৰা মহাকাব্যিক যাত্ৰাৰ বৰ্ণনা কৰিব। সনাতন...
કેન્દ્ર સરકાર દ્વારા મંજૂર કરાયેલા તારંગા
કેન્દ્ર સરકાર દ્વારા મંજૂર કરાયેલા તારંગા
ઉત્તર ગુજરાતમાં ફરી કેનાલમાં ગાબડું પડ્યું છે.
આવાજ ન્યુઝ ૨૪×૭ ગુજરાતી
આર.એચ.રાજપૂત. વાવ
ઉત્તર ગુજરાતમાં ફરી કેનાલમાં ગાબડું પડ્યું છે....
Lok Sabha Election 2024: Amethi से टिकट मिलने पर आई KL Sharma की पहली प्रतिक्रिया
Lok Sabha Election 2024: Amethi से टिकट मिलने पर आई KL Sharma की पहली प्रतिक्रिया