নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আঠঘৰিয়াত অহা একৰ পৰা পাচ অক্টোবৰলৈ বিস্তৃত কাৰ্য্যসূচীৰে ৪৫তম সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷তদুপলক্ষে এক অক্টোবৰ পূৱা ধৰ্মধ্বজা উত্তোলন,শ্ৰদ্ধাঞ্জলি,গছপুলি ৰোপণ,সন্ধিয়া বন্তি প্ৰজ্বলন, বিল্ববোধন৷দুই অক্টোবৰ সপ্তমী বিহিত পূজা,নিশা নাগাৰা নাম প্ৰদৰ্শন,তিনি অক্টোবৰ মহাষ্টমী পূজা,আবেলি সন্ধিপূজা,নিশা আমন্ত্ৰিত নাট্যদলৰ নাট প্ৰদৰ্শন,চাৰি অক্টোবৰ মহানৱমী পূজা,বলিদান আৰু নিশা সাংস্কৃতিক সন্ধিয়া,পাচ অক্টোবৰ দশমী বিহিত পূজা,অপৰাজিতা পূজা,বলয়ধাৰণ,আবেলি প্ৰতিমা বিষৰ্জন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত শিশু নাট মঞ্চস্থ।
সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত কালি নিশা সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত "বানে ধোঁৱা গাওঁ" আৰু "চৰণ দাস...
અમરેલી જિલ્લાના વડીયાનો સુરવો ડેમ 100 ટકા ભરાયો.
અમરેલી જિલ્લાના વડીયાનો સુરવો ડેમ 100 ટકા ભરાયો.
CM Kejriwal को CM पद से हटाने की याचिका दिल्ली HC में खारिज, कोर्ट ने कहा- हम दखल नहीं दे सकते
CM Kejriwal को CM पद से हटाने की याचिका दिल्ली HC में खारिज, कोर्ट ने कहा- हम दखल नहीं दे सकते
केशव प्रसाद मौर्य का बड़ा बयान, अखिलेश यादव को बताया माफियाओं का सरगना
यूपी के हरदोई में आयोजित एक कार्यक्रम के दौरान डिप्टी सीएम केशव प्रसाद मौर्य ने समाजवादी पार्टी...