নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আঠঘৰিয়াত অহা একৰ পৰা পাচ অক্টোবৰলৈ বিস্তৃত কাৰ্য্যসূচীৰে ৪৫তম সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷তদুপলক্ষে এক অক্টোবৰ পূৱা ধৰ্মধ্বজা উত্তোলন,শ্ৰদ্ধাঞ্জলি,গছপুলি ৰোপণ,সন্ধিয়া বন্তি প্ৰজ্বলন, বিল্ববোধন৷দুই অক্টোবৰ সপ্তমী বিহিত পূজা,নিশা নাগাৰা নাম প্ৰদৰ্শন,তিনি অক্টোবৰ মহাষ্টমী পূজা,আবেলি সন্ধিপূজা,নিশা আমন্ত্ৰিত নাট্যদলৰ নাট প্ৰদৰ্শন,চাৰি অক্টোবৰ মহানৱমী পূজা,বলিদান আৰু নিশা সাংস্কৃতিক সন্ধিয়া,পাচ অক্টোবৰ দশমী বিহিত পূজা,অপৰাজিতা পূজা,বলয়ধাৰণ,আবেলি প্ৰতিমা বিষৰ্জন৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NPP holds meeting in New Delhi
NPP holds meeting in New Delhi
দুলীপ ট্ৰ'ফীৰ পূব মণ্ডল দলত ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইন
অহা ৮ ছেপ্তেম্বৰৰ পৰা ২৫ ছেপ্তেম্বৰলৈকে চলিব লগীয়া ২০২২-২৩ বৰ্ষৰ দুলীপ ট্ৰফীৰ বাবে ঘোষণা কৰা...
ડીસા આમ આદમી પાર્ટી દ્વારા શ્રધ્ધાંજલિ અર્પણ કાર્યકમ યોજાઈ...
ડીસા આમ આદમી પાર્ટી દ્વારા શ્રધ્ધાંજલિ અર્પણ કાર્યકમ યોજાઈ...
Breaking News: Diwali से पहले SBI ने दिया खाताधारकों को बड़ा तोहफा, अब खाताधारकों को होगा ये फायदा
Breaking News: Diwali से पहले SBI ने दिया खाताधारकों को बड़ा तोहफा, अब खाताधारकों को होगा ये फायदा