ধেমাজি নগৰৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত আজি আছুৱে মেৰামতি কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্হাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৰ নেতা-কৰ্মীয়ে আজি পুৱা হাতে হাতে বেলচা-কুৰলৈ মেৰামতিত নামি পৰে ৷ সংগঠনটোৱে বিভাগীয় কতৃপক্ষক জৰাজীৰ্ণ নগৰৰ মূল পথটো পুনৰ নিৰ্মাণ-মেৰামতিৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰি দাবী উল্থাপন কৰা পাচতো কোনো গুৰুত্ব নিদিয়াত আজি সংগঠনটোৱে নিজা উদ্যোগত মেৰামতি কৰি প্ৰতিবাদ জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RBI Raises Risk Weightage | RBI के इतने बड़े कदम के बाद कौन से Stocks से दूर रहना होगा बेहतर? | NBFC
RBI Raises Risk Weightage | RBI के इतने बड़े कदम के बाद कौन से Stocks से दूर रहना होगा बेहतर? | NBFC
લીંબડી ડિવિઝનના પોલીસ સ્ટેશનના દારૂના જથ્થાનો નાશ કરાયો
લીંબડી ડિવિઝનમાં આવતા 5 પોલીસ મથક દ્વારા ઝડપી લેવામાં આવેલા વિદેશી દારૂનો નાશ કરવામાં આવ્યો હતો....
সৰু জাতৰ ছোৱালীক বিয়া পতাৰ অজুহাতত ৫ বছৰে এঘৰীয়া কৰি ৰাখিছে এটা পৰিয়ালক
সৰু জাতৰ ছোৱালীক বিয়া পতাৰ অজুহাতত ৫ বছৰে এঘৰীয়া কৰি ৰাখিছে এটা পৰিয়ালক ।।
চাৰিদুৱাৰত বিজেপিৰ বাইক ৰেলী
দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা কৰা হৈছে আজাদি কা অমৃত মহোৎসৱ।কেন্দ্ৰীয়...
આ 3 ડિશની સાથે શરૂ કરો દિવસ, પેટમાં ગેસ+એસિડિટી જેવી સમસ્યામાંથી રાહત થઇ જશે
સામાન્ય રીતે બ્લોટિંગ એ એક ગંભીર સમસ્યા છે. એક એવી સ્થિતિ છે જેમાં તમારું પેટ ભરેલુ રહે પણ તમને...