ধেমাজি নগৰৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত আজি আছুৱে মেৰামতি কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্হাৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত সংগঠনটোৰ নেতা-কৰ্মীয়ে আজি পুৱা হাতে হাতে বেলচা-কুৰলৈ মেৰামতিত নামি পৰে ৷ সংগঠনটোৱে বিভাগীয় কতৃপক্ষক জৰাজীৰ্ণ নগৰৰ মূল পথটো পুনৰ নিৰ্মাণ-মেৰামতিৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰি দাবী উল্থাপন কৰা পাচতো কোনো গুৰুত্ব নিদিয়াত আজি সংগঠনটোৱে নিজা উদ্যোগত মেৰামতি কৰি প্ৰতিবাদ জনায় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tejas Official Trailer आते ही मचा रहा धूम, क्या है खास | Kangana Ranaut | Sarvesh M | वनइंडिया हिंदी
Tejas Official Trailer आते ही मचा रहा धूम, क्या है खास | Kangana Ranaut | Sarvesh M | वनइंडिया हिंदी
ડીસાના માલગઢમાં 'એક શામ શ્રી બાલાજી કે નામ' પર હનુમાન દાદાના મંદિરે જન્મ જયંતિ નિમિત્તે યજ્ઞ યોજાયો
ડીસા તાલુકાના માલગઢ ગામની જોધપુરીયા ઢાંણી ખાતે રહેતાં ઉમેદાજી અચળાજી પઢિયાર (માળી) ના નિવાસસ્થાને...
મહેસાણા : પામોલ દૂધ મંડળીની ચૂંટણીમાં વિપુલ ચૌધરીની પેનલની હાર, અશોક ચૌધરીની પેનલનો વિજય
મહેસાણા : વિપુલ ચૌધરીને ફરી એકવાર ઝટકોઃ પામોલ દૂધ મંડળીની ચૂંટણીમાં વિપુલ ચૌધરીની પેનલની હાર,...