মঙলদৈত 7 লাখ টকা মূল্যৰ সোণৰ অলংকাৰ লৈ উধাও চোৰ। 

মহামায়া জুৱেলাৰী নামৰ প্ৰতিষ্ঠান খনৰ সত্বাধিকাৰী পংকজ চৰকাৰে নিজৰ দোকান বন্ধ কৰি ঘৰ মুৱা হৈ বিষ্ণু ৰাভা পথৰ এখন দোকানৰ পৰা সামগ্ৰী কিনি ঘূৰি ঘৰ পাই দেখে দোকানৰ সোণৰ অলংকাৰৰ বেগ টো নাই।তাৰ পিছতেই লাগে মালিক পঙ্কজৰ হুৱাদুৱা। মঙলদৈ থানাত এজাহাৰ দাখিল জুৱেলাৰীৰ মালিকৰ।চি চি টিভিত ওলাল চোৰৰ সম্পুৰ্ন দৃশ্য।