আজি (৭ ছেপ্টেম্বৰ,২০২২ ) গোলাঘাট জিলাৰ দেৰগাঁৱত কেবিনেট মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিলে আই চি আই চি আইৰ বেংকৰ এটি নতুন শাখা। মন্ত্ৰী বৰাই নতুনকৈ মুকলি কৰা বেংক শাখাটোৱে ৰাইজক বেংকিং সেৱা প্ৰদানেৰে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বেংকটোৰ আঞ্চলিক মুৰব্বী গুণীন দেউৰী, দেৰগাঁৱৰ বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰৰ কমাণ্ডেণ্ট নিৰ্মল বৈশ্যৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সময়ৰ ভিতৰত সেৱা প্ৰদান নকৰিলে সংশ্লিষ্ট বিষয়াক জৰিমনা বিহাৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ
ৰাজ্যৰ জনসেৱা উন্নত কৰাৰ প্ৰয়াসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন পদক্ষেপৰ কথা...
Ajit Pawar यांचा Devendra Fadnavis यांना टोला, 'सरकार पाडायला कोण वेश बदलून जायचं?'
Ajit Pawar यांचा Devendra Fadnavis यांना टोला, 'सरकार पाडायला कोण वेश बदलून जायचं?'
સુરતમાં નકલી ક્રાઈમ બ્રાન્ચ પોલીસ બની | SatyaNirbhay News Channel
સુરતમાં નકલી ક્રાઈમ બ્રાન્ચ પોલીસ બની | SatyaNirbhay News Channel