আজি (৭ ছেপ্টেম্বৰ,২০২২ ) গোলাঘাট জিলাৰ দেৰগাঁৱত কেবিনেট মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰিলে আই চি আই চি আইৰ বেংকৰ এটি নতুন শাখা। মন্ত্ৰী বৰাই নতুনকৈ মুকলি কৰা বেংক শাখাটোৱে ৰাইজক বেংকিং সেৱা প্ৰদানেৰে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বেংকটোৰ আঞ্চলিক মুৰব্বী গুণীন দেউৰী, দেৰগাঁৱৰ বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰৰ কমাণ্ডেণ্ট নিৰ্মল বৈশ্যৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી-૯૪ વિધાનસભા-કોંગ્રેસ ના ઉમેદવાર ની જાહેરાત, બિનપાટીદાર ઉમેદવાર ને ટીકીટ
ધારી-બગસરા-ખાંભા ૯૪ વિધાનસભાના કોંગ્રેસના ઉમેદવાર તરીકે ડો.બોરીસાગર આખરે ફાયનલ થયાનુ આધારભૂત...
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক...
વડગામના જલોત્રા ખાતે ઉદ્યોગ મંત્રીશ્રી બલવંતસિંહ રાજપુતના અધ્યક્ષસ્થાને ભાવદર્શન સમારોહ યોજાયો..
વડગામના જલોત્રા ખાતે ઉદ્યોગ મંત્રીશ્રી બલવંતસિંહ રાજપુતના અધ્યક્ષસ્થાને ભાવદર્શન સમારોહ યોજાયો..