সোণাৰি পেচিফিক ফিজিকেল ক্লাবত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক আদৰণি জনাবলৈ অনুষ্ঠান আয়োজন কৰা হয়। আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাপতি জ্যোতি বৰুৱা সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ পূৰ্বে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চন্দন গগৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত সভাত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ আৰু সোণাৰি পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ গিৰিণ গগৈ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ट्रेलर की टक्कर से मोटरसाइकिल सवार गंभीर घायल, कोटा रैफर
लाखेरी - सोमवार को कोटा-लालसोट मेगा हाईवे पर रेलवे स्टेशन के समीप स्थित देवनगर के पास ट्रेलर ने...
Took a review meeting of the Garima project.
The project aims for the safety of women and adults.
Took a review meeting of the Garima project.
The project aims for the safety of women...
શ્રી ભાવિન કે. પંડ્યા મહીસાગર જિલ્લાના નવા કલેકટર બનશે. જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ
શ્રી ભાવિન કે. પંડ્યા મહીસાગર જિલ્લાના નવા કલેકટર બનશે. જુઓ. વૉઈઝ ઑફ મહીસાગર ન્યુઝ