সোণাৰি পেচিফিক ফিজিকেল ক্লাবত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক আদৰণি জনাবলৈ অনুষ্ঠান আয়োজন কৰা হয়। আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাপতি জ্যোতি বৰুৱা সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ পূৰ্বে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চন্দন গগৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত সভাত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ আৰু সোণাৰি পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ গিৰিণ গগৈ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  મહુવા પોલીસ સ્ટેશન સ્ટાફ દ્વારા મહુવા નગરપાલિકા હોલમાં શાંતિ સમતિ ની મિટિંગ રાખેલ 
 
                      મહુવા પોલીસ સ્ટેશન સ્ટાફ દ્વારા મહુવા નગરપાલિકા હોલમાં શાંતિ સમતિ ની મિટિંગ રાખેલ 
 ...
                  
    ભગવાન બીરસા મુંડા આદિવાસી ગૌરવ યાત્રા 
 
                      #buletinindia #gujarat #dahod
                  
   केंद्रीय कृषि राज्यमंत्री भागीरथ चौधरी के पास राहुल का कौनसा वीडियो है  
 
                      पीएम मोदी के मंत्रीमंडल की टीम में शामिल केंद्रीय कृषि राज्यमंत्री भागीरथ चौधरी  संसद में...
                  
   
  
  
   
  
  
   
  