নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ছমাৰকুছি চকৰ পৰা সানেকুছি চকলৈ বিপদজনক ভাবে বিদ্যুত পৰিবাহী তাৰ ওলমি থকাত ৰাইজ সংকিত হৈ পৰিছে৷উল্লেখ্য যে অতিপাত ব্যস্ত মৰোৱা কমলপুৰ পথৰ দাতিতে দীৰ্ঘদিনৰ পৰা এছ টি আৰু এল টি বিদ্যুত পৰিবাহী তাৰ ওলমি থকাটো ৰাইজে এ পি ডি চি এলৰ নলবাৰী সংমণ্ডলক অৱগত কৰিছে৷কিন্তু বিভাগটোৱে ৰাইজৰ অভিযোগক কোনো গুৰুত্বই নিদিয়াৰ অভিযোগ উঠিছে৷উল্লেখ কৰিবলগীয়া কথা যে পূৰ্বতে উক্ত ঠাইত এখন গেছ ভৰ্তি ট্ৰাক এছ টি লাইনত লাগি অঞ্চলৰ ৰাইজ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিছিল৷বৰ্তমানো তেনেকুৱা বিপদৰ আশংকা কৰি ৰাইজে ইয়াৰ এটা ইতিবাচক ব্যৱস্থা লৱলৈ এ পি ডি চি এলৰ নলবাৰী সংমণ্ডলৰ বিষয়া কৰ্মচাৰীক অনুৰোধ জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આજથી 6 દિવસ અંબાજી મેળો યોજાઈ રહ્યો છે ગુજરાત નો આ સહુથી મોટો મહાકુંભ મેળો છે#ambajitemple #
આજથી 6 દિવસ અંબાજી મેળો યોજાઈ રહ્યો છે ગુજરાત નો આ સહુથી મોટો મહાકુંભ મેળો છે#ambajitemple #
ગરબાડામા 'ગણપતિ બાપ્પા મોરિયા, અગલે બરસ તુ જલ્દી આ' ના નાદ સાથે ગણપતિ દાદાને ભાવભરી વિદાય આપવામા આવી
ગરબાડામા 'ગણપતિ બાપ્પા મોરિયા, અગલે બરસ તુ જલ્દી આ' ના નાદ સાથે ગણપતિ દાદાને ભાવભરી વિદાય આપવામા આવી
Sushil Kedia’s Bold Stock Picks | Crude के भाव बढ़ने से कौन से Stocks में होगा सबसे ज्यादा असर?
Sushil Kedia’s Bold Stock Picks | Crude के भाव बढ़ने से कौन से Stocks में होगा सबसे ज्यादा असर?
THARAD BANASKANTHA/બનાસકાંઠા જિલ્લાના થરાદ માં કેસરિયો લહેરાયો..
THARAD BANASKANTHA/બનાસકાંઠા જિલ્લાના થરાદ માં કેસરિયો લહેરાયો..