মহানগৰীৰ ৰাজীৱ ভৱনত “ভাৰত জোড় যাত্ৰা’ ৰ শুভাৰম্ভণিৰ ক্ষণত সর্বধর্ম প্ৰাৰ্থন সভা।দেশবাসীক বিজেপিৰ কু-শাসনৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ কৰিবলৈ আয়োজন কৰা হয় এই সভা ।আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কন্যাকুমাৰীত “ভাৰত জোড় যাত্ৰা ” কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।কন্যাকুমাৰীৰ পৰা জন্মু আৰু কাশ্মীৰলৈ ১২ খন ৰাজ্য আৰু দুখন কেন্দ্রীয়শাসিত ৰাজ্যলৈ এই পদযাত্ৰা।মুঠ ৩,৫০০ কিলোমিটাৰ বাট প্ৰায় ১৫০ দিনত পদযাত্ৰাৰে অতিক্ৰম কৰিব কংগ্ৰেছ নেতৃবৃন্দই।এই কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সকলো স্তৰৰ নেতা, প্ৰদেশ কংগ্ৰেছ কমিটীসমূহৰ নেতৃবৃন্দই ভাগ ল'ব।সেই উপলক্ষে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এই যাত্ৰাৰ শুভাৰম্ভৰ ক্ষণত ৰাজীৱ ভৱনত আয়োজন কৰে এই সভাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माननीय कमलनाथ जी के जन्म दिवस के उपलक्ष में गुनौर विधायक ने किया लोक नृत्य।।
माननीय कमलनाथ जी के जन्म दिवस के उपलक्ष में गुनौर विधायक ने किया लोक नृत्य।।
ધામદરા ગામની ઝમીનમાં ખોટું પેઢી નમું બનાવી સર્વે નંબર માંથી નામ કાઢી મુક્તા કેવડિયા પોલીસ મથકે ફરિયાદ નોંધાઇ
ધમદરા ગામની ઝમીનમાં ખોટું પેઢી નમું બનાવી સર્વે નંબર માંથી નામ કાઢી મુક્તા કેવડિયા પોલીસ મથકે...
Mahindra ने XUV700 और XUV400 की 1 लाख से अधिक यूनिट्स को किया रिकॉल, ये रही वजह
Mahindra recalls over 1 lakh units of XUV700 and XUV400 महिंद्रा ने आधिकारिक तौर पर XUV700 और...
UPLETA ઉપલેટા થી પાટણવાવ જતો રસ્તો એકાએક બંધ કરી દેવાયો 04-11-2022
UPLETA ઉપલેટા થી પાટણવાવ જતો રસ્તો એકાએક બંધ કરી દેવાયો 04-11-2022