বুধবাৰে পানীতোলাত মাটিবৰ বৰসেনাপতিৰ কনিষ্ঠ জীয়ৰী ৰূপহী আইদেউৰ বিয়াৰ বাবে পানী উঠোৱা ঐতিহাসিক পুখুৰীৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে চৰকাৰে আগবঢ়োৱা বিশেষ পুঁজিৰদ্বাৰা ৪৯ লাখ ৯০ হাজাৰ ২০০ টকাৰ কাম শুভাৰম্ভ কৰে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠকে ৷ উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ঐতিহাসিক পানীতোলা বৰনামঘৰৰ গাঁৱ বুঢ়াই আৰু নাৰিকল ভাঙে মটক স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহায়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब प्रशांत किशोर के इस एलान से बाकी पार्टियां भी होंगी परेशान
कुछ समय पहले प्रशांत किशोर के जन सुराज अभियान को लेकर लालू प्रसाद यादव की पार्टी राष्ट्रीय जनता...
Vivo T3x 5G आज होगा लॉन्च, 15000 रुपये से कम में 6000mAh बैटरी के साथ मिलेगा पावरफुल चिपसेट
Vivo T3x 5G स्मार्टफोन को आज लॉन्च किया जाएगा। इसकी कीमत भी किफायती होगी। फोन लॉन्च होने के बाद...
દાંતીવાડા ડેમમાં આજની સપાટી..
દાંતીવાડા ડેમમાં આજની સપાટી..