গুৱাহাটী প্ৰেছ ক্লাৱত আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল৷ সংবাদমেল সংবোদ্ধন ৰাজ্য সভাৰ সাংসদ অজিত ভুঞাৰ৷ বিজেপিৰ অপশাসনৰ পৰা মুক্তি পাবলৈ সকলো বিৰোধী একত্ৰিত হ'ব লাগিব বুলি মন্তব্য ভুঞাৰ। আঞ্চলিকতাৰ স্বাৰ্থত আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ আজিৰ পৰা একত্ৰিত হৈ "জাতীয় দল, অসম" নামেৰে ঘোষণা কৰিলে ভুঞাই। আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চৰ নতুন নাম হল "জাতীয় দল, অসম"। আমাৰ আঞ্চলিকতাবাদ আপোচহীন আঞ্চলিকতাবাদ হব৷ আপোচ কৰি, কাৰো ভৰিত ধৰি আমি আঞ্চলিকতাবাদ নকৰো বুলি মন্তব্য অজিত ভুঞাৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News: सोना हुआ सस्ता, चांदी की कीमत में भी आई कमी... देखिए और भी खबरें
Business News: सोना हुआ सस्ता, चांदी की कीमत में भी आई कमी... देखिए और भी खबरें
Top Trades Next Week | बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Top Trades Next Week | बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মেধাবী ছাত্ৰ ছাত্ৰী ক জনাৱ অভিনন্দন।
ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ বিশেষ অভিনন্দন অনুষ্ঠান ৯ জুলাইত।
সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰহা টাউন শাখা শাখা ছাত্ৰ সন্থা ৰ সহযোগত অহা...
देवर भाभी में था प्रेम प्रसंग, पति को पता चलने पर उतार दिया मौत के घाट
आगरा: शाहगंज थाना क्षेत्र में एक व्यक्ति को गोली मारी गई थी। उपचार के दौरान उसकी मौत हो गई थी।...
BSNL यूजर्स की मौज! सरकारी कंपनी का धमाकेदार प्लान, ग्राहकों को मिलेगा 6500 GB डेटा
सरकारी टेलीकॉम कंपनी बीएसएनएल अपने किफायती प्लान के लिए पॉपुलर है। कंपनी इन दिनों अपने नेटवर्क...