সোণাৰিত আজি চৰাইদেউ জিলা প্ৰশাসনে কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিলে আনন্দৰাম বৰুৱা বঁটা। চৰাইদেউ জিলাৰ ২৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ল ১৬ হাজাৰকৈ টকা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ অসম চৰকাৰে আগবঢ়োৱা এই বঁটা আজি সোণাৰিত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এই উদ্দেশ্যে অনুষ্ঠিত সভাত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে বিশিষ্ট অতিথি সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિસનગર : ઇકો ગાડીએ એક્ટિવા અને બાઇક ચાલકને ટક્કર મારી; એક્ટિવા ચાલકનું મોત, બાઇક ચાલકને ગંભીર ઇજાઓ
વિસનગર તાલુકાના પાલડી ત્રણ રસ્તા નજીક ત્રીપલ અકસ્માત સર્જાયો હતો. જેમાં પૂરઝડપે આવી રહેલી ઇકો...
IAS पूजा खेडकर के खिलाफ UPSC ने दर्ज कराई FIR, आंख में दिक्कत और मेंटल इलनेस, फिर बनवाया फेक मेडिकल सर्टिफिकेट
मुंबई। महाराष्ट्र कैडर की ट्रेनी IAS पूजा खेडकर (IAS Pooja Khedkar) की मुश्किलें बढ़ती जा रही...
ભિલોડા તાલુકાના આરોગ્ય કચેરી ખાતે ભિલોડાના તમામ નાગરિકો માટેની બેઝિક CPR તાલીમનું આયોજન રાખવામા
ભિલોડા તાલુકાના આરોગ્ય કચેરી ખાતે ભિલોડાના તમામ નાગરિકો માટેની બેઝિક CPR તાલીમનું આયોજન રાખવામા
Bajaj Auto की बिक्री में 25 प्रतिशत की बढ़ोतरी, सेल बढ़ाने के लिए CNG Bike भी जल्द मारेगी एंट्री
Bajaj Auto की मार्च 2024 में कुल घरेलू बिक्री 220393 यूनिट थी जबकि मार्च 2023 में यह 186522 यूनिट...