বুধবাৰে দিনত তিনিচুকীয়াৰ ষ্টেট বেংকৰ সন্মুখত হঠাৎ সৃষ্টি হয় এটা গুলীৰ শব্দ। তাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ষ্টেট বেংকৰ পৰা ATM লৈ ধন কঢ়িয়াই নিয়াৰ বাহনৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা লোকজনৰ হাতত থকা অস্ত্ৰটোৰ পৰা হঠাৎ ওলাই যায় এটা গুলী ৷ লোকজন বাহনৰ ভিতৰত থকা হেতুকে বাহিৰত কোনো লোক হতাহত হোৱা নাই ৷ পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীৰ লোকজনৰ লগতে বাহনখন সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘Lack of preparedness’: Delhi LG Saxena takes stock of Yamuna water level rise
The LG said, "Nature doesn't inform us in advance; we have to be prepared for it," as Delhi...
पाकिस्तान ने भारत, ईरान और अफगानिस्तान को दी धमकी! कहा- हमला किया तो अंजाम...
पाकिस्तान में आज (14 अगस्त) स्वतंत्रता दिवस मनाया जा रहा है. ऐसे में पाकिस्तानी सेना के प्रमुख...
ডিব্রুগড়ত আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান
৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দেশজুৰি পালন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি...
Mission Raniganj की स्क्रीनिंग में अक्षय कुमार संग पहुंचीं ट्विंकल खन्ना और सासू मां डिंपल कपाड़िया
Mission Raniganj की स्क्रीनिंग में अक्षय कुमार संग पहुंचीं ट्विंकल खन्ना और सासू मां डिंपल कपाड़िया