বুধবাৰে দিনত তিনিচুকীয়াৰ ষ্টেট বেংকৰ সন্মুখত হঠাৎ সৃষ্টি হয় এটা গুলীৰ শব্দ। তাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ষ্টেট বেংকৰ পৰা ATM লৈ ধন কঢ়িয়াই নিয়াৰ বাহনৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা লোকজনৰ হাতত থকা অস্ত্ৰটোৰ পৰা হঠাৎ ওলাই যায় এটা গুলী ৷ লোকজন বাহনৰ ভিতৰত থকা হেতুকে বাহিৰত কোনো লোক হতাহত হোৱা নাই ৷ পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীৰ লোকজনৰ লগতে বাহনখন সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাৰ লক্ষীপ্ৰসাদ ডেকালৈ জ্ঞানদ্বীপ বঁটা ২০২৩
ৰহা সৰাগাওঁ নিবাসী শিক্ষক, লেখক লক্ষীপ্ৰসাদ ডেকাক অসমীয়া সমাজ গঠনত আগবঢ়োৱা অবদানৰ বাবে ৰাগীনি...
ગીર સોમનાથ : સુત્રાપાડામાં સ્વ.ડો.ભરતભાઈ બારડ ના સ્મરણ અર્થે સર્વે રોગ નિદાન કેમ્પનું આયોજન
ગીર સોમનાથ : સુત્રાપાડામાં સ્વ.ડો.ભરતભાઈ બારડ ના સ્મરણ અર્થે સર્વે રોગ નિદાન કેમ્પનું આયોજન
આ...
ધરમપુર તાલુકા ખાતે ડેપો મેનેજરશ્રીને ખટાણા ગામે આવતી બસના ટાઈમ બાબતે વિધાર્થીઓને પડતી તકલીફ બાબતે અને કપરાડા તાલુકાના ગામોમાં વિદ્યાર્થીઓને પડતી તખલીફ બાબતે રજૂઆત કરવામાં આવી
ગતરોજ ધરમપુર તાલુકા ખાતે ડેપો મેનેજરશ્રીને ખટાણા ગામે આવતી બસના ટાઈમ બાબતે વિધાર્થીઓને પડતી તકલીફ...