নিশা ৰঙাপৰা আবকাৰী বিভাগৰ অভিযান। ৫০ কাৰ্টুন অৰুনাচলী সুৰা জব্দ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিদুৱাৰ ৰেলৱে ক্ৰচিংত ৰঙাপৰা আবকাৰী বিভাগে নিশা এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ৫০ কাৰ্টুন অৰুনাচলী সুৰা সহ এখন বলেৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে AS 01 MB 0073 নম্বৰৰ এখন বলেৰ গাড়ীত ভালুকপংৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত নিশা ১মান বজাত ট্ৰাক সহ এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত দুজনক আটক। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ হব বুলি আবকাৰী সুত্ৰত প্ৰকাশ।.
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર: મહુવામાં 4 કલાકમા 5 ઈંચ વરસાદ, સિઝનમાં પ્રથમ વાર આવો ધોધમાર વરસાદ | TV9News
ભાવનગર: મહુવામાં 4 કલાકમા 5 ઈંચ વરસાદ, સિઝનમાં પ્રથમ વાર આવો ધોધમાર વરસાદ | TV9News
UP News: Hathras में अंधविश्वास में बच्चे की हत्या, स्कूल की तरक्की के लिए ले ली जान | Aaj Tak
UP News: Hathras में अंधविश्वास में बच्चे की हत्या, स्कूल की तरक्की के लिए ले ली जान | Aaj Tak
MCN NEWS: रांजणगाव खुरी येथे पाण्यात बुडून पंधरा वर्षीय मुलाचा मृत्यू
MCN NEWS: रांजणगाव खुरी येथे पाण्यात बुडून पंधरा वर्षीय मुलाचा मृत्यू
Gama Pehlwan ने Bruce Lee को क्या सिखाया ?| Tarikh E596
Gama Pehlwan ने Bruce Lee को क्या सिखाया ?| Tarikh E596
সোণাৰিত অৱকাৰী অভিযানত কেইবাটাও অবৈধ সুৰাৰ ভাতী ধংশ
চৰাইদেউ নামতোলাত আবকাৰীৰ অভিযান, অবৈধ সুৰা, ভাতী ধ্বংস
চৰাইদেউ জিলাৰ আবকাৰী বিভাগে...