এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মঙ্গলবাৰে গোলাঘাট এমেচাৰ থিয়েটাৰ চছাইটিয়ে জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে উদ্ভিদ বিজ্ঞানী, শিক্ষাবিদ ড০ পদ্মেশ্বৰ গগৈক। ছ’চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় ছ’চাইিটৰ এই সন্মান। বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট ব্যক্তি সকলৰ উপৰিও বিভিন্ন দল সংগঠন উপস্থিত থাকে।ছ’চাইটিৰ উপৰিও বঁটা প্ৰাপক ডঃ পদ্মেশ্বৰ গগৈক গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা,সদৌ অসম তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি,উত্তৰ পূৰ্বাঞ্চলিয় সাংস্কৃতিক গোষ্ঠী,CPI আদি বিভিন্ন দল সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই ড০ গগৈৰ সৈতে এক অন্তৰঙ্গ আলাপৰো অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে প্ৰতিবৰ্ষত ছ’চাইটিয়ে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোগৰাকীকৈ ব্যক্তিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર : LCB પોલીસ એ વિદેશી દારૂ ઝડપી લીધો | SatyaNirbhay News Channel
રાધનપુર : LCB પોલીસ એ વિદેશી દારૂ ઝડપી લીધો | SatyaNirbhay News Channel
રાધનપુર : ટ્રકએ રસ્તે ચાલતા પશુઓને ટક્કર મારી | SatyaNirbhay News Channel
રાધનપુર : ટ્રકએ રસ્તે ચાલતા પશુઓને ટક્કર મારી | SatyaNirbhay News Channel
ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ পাব বিজেপিয়ে, মৰাণহাটত সকিয়নি টাইপাৰ কেন্দ্ৰীয় উপসভাপতিৰ।
সোমবাৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াই মৰাণ হাটত টাই...
ગાડી આઇ ચા પીવા
ગાડી આઇ ચા પીવા ટી પાર્લર મા ગાડી ઘૂસી જતા અફડાતફડી
सड़क हादसे में गंभीर घायल व्यक्ति को अस्पताल पहुचाने पर राज्य सरकार देगी 10 हजार रुपए की प्रोत्साहन राशि:- सीएमएचओ बून्दी
बून्दी
फ़रीद खान
सड़क हादसे में गंभीर घायल व्यक्ति को अस्पताल पहुंचाने पर राज्य सरकार देगी...