নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি নিবাসি বিশিষ্ট দেউধা উমেশ দাস(৫৩)ৰ কালি নিশা নিজ বাসভৱনত মৃত্যু হয়৷বিভিন্ন দেৱ দেৱীৰ উপসক উমেশ দাসৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকস্তব্ধ কৰি তুলিছে৷জানিব পৰামতে মৃত্যুৰ তিনিদিন মান আগৰে পৰা ককালৰ বিষত ভূগি থকা দাসে শনিবাৰে নিশা নিজৰ মন্দিৰত উপসনা কৰি ওলাই আহোতে মুৰ আচন্দ্ৰাই কৰি পৰি যায় আৰু তাৰ কিছু সময় পিচতে মৃত্যুক আকোঁৱালি লয়৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ মাতৃৰ,পত্নী,এগৰাকী কন্যা সন্তান সহ অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷আজি পূৱা তেওঁৰ নশ্বৰদেহ বৰলীয়া নৈৰ পাৰত শেষকৃত সমাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ट्रस्ट रद्दचा निर्णय अध्यक्षांच्या अंगलट? अध्यक्ष प्रकाश पवार काय म्हणाले | थिबा राजा बुध्द विहार |
ट्रस्ट रद्दचा निर्णय अध्यक्षांच्या अंगलट? अध्यक्ष प्रकाश पवार काय म्हणाले | थिबा राजा बुध्द विहार |
মাজুলীৰ অন্যতম লেখক দুৰ্গেশ্বৰ শইকীয়া ৰ গ্ৰন্থ 'আধ্যাত্মিক পৃষ্ঠা'উন্মোচন ডক্টৰ দেৱজিৎ শইকীয়া ৰ
দুৰ্গেশ্বৰ শইকীয়া ৰ গ্ৰন্থ 'আধ্যাত্মিক পৃষ্ঠা'উন্মোচন কৰে ডক্টৰ দেৱজিৎ শইকীয়াই
শ্ৰীৰাম...
मूळ निवासी भटके-विमुक्त मूळ प्रवाहापासून लांबच लेखिका समीक्षक विजया मारोतकर.
मूळ निवासी भटके-विमुक्त मूळ प्रवाहापासून लांबच लेखिका समीक्षक विजया मारोतकर.
અંબાજી મંદિર પાસે પાચવડા રોડ i20 પલટી ખાઈ ગઈ
અંબાજી મંદિર પાસે પાચવડા રોડ i20 પલટી ખાઈ ગઈ