"শোনিতপুৰৰ চাৰিদুৱাৰত এটা উন্মাদ হাতীয়ে প্ৰায় ২ মাহ পূৰ্ৱে এজন মানুহক গছকি মৰাৰ লগতে বহু ঘৰ দুৱাৰ ভাঙি তচনচ কৰাৰ পাছত হাতী খেদিবলৈ মই হাতত বন্দুক লৈ আহিচিলো ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত মই মোৰ লাইচেন্স ৰাইফলৰে ব্লেংক ফায়াৰ কৰিছিলো এই কথাটো লৈ এটা চক্ৰই মোক বদনাম কৰিব চেষ্টা কৰিছে।আৰু এই লেঙেৰা হাতীটোৰ মোৰ গুলি লাগি লেঙেৰা হৈচে বুলিও এক ষড়যন্ত্ৰ কৰি বিফল হ'ল মই সৰুৰে পৰা হাতীৰ লগত খেলা কৰা মানুহ হাতীক অন্যায় কৰাতো মই নিবিচাৰো। এই হাতীটোক লৈ বাৰে বাৰে এটা চক্ৰই মোক লৈ এক ষড়যন্ত্ৰ কৰিব চেষ্ট কৰি আছে। পুনৰ এই হাতীটোৰ গছকত আন এজন লোকে মৃত্যৰ সৈতে যুঁজি আছে আজি তেওঁলোক খবৰ কৰিব আহা নাই। মই জনপ্ৰতিনিধি মই ৰাইজৰ লগত সদায় আছো আৰু থাকিম। হাতীয়ে মানুহ মাৰিব ঘৰ দুৱাৰ ভাঙিব ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰোতে মই যদি ৰাইজক ৰক্ষনাবেক্ষনৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লওতে কোনো লোকে বেজাৰ কৰে মই চকুপানী মচিব নাযাও আৰু সেইসককল জৱাৱ দিবলগীয়াও নাই" এই ভাষ্য চতিয়া ৰ বিধায়ক পদ্ম হাজৰিকাৰ আজি পুৱাই বিধায়ক গৰাকীয়ে অসম অৰুনাচল সীমান্তৱৰ্তী একমাত্ৰ সৰ্ববৃহৎ বজাৰ শনিবৰীয়া সাপ্তাহিক বজাৰৰ নিৰ্মান কাৰ্য্যৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহন কৰি এই মন্তব্য প্ৰদান কৰে। উল্লেখ্য যে বিশ্ব বেংকৰ ২.৭৯ লাখ টকা ব্যয় সাপেক্ষে এপাৰ্টৰ বজাৰ আধুনিকীকৰণ আৰু উন্নয়ন কাৰ্যসূচীৰ অন্তৰ্গত এই বজাৰ গৃহটিৰ আধাৰশিলা স্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ ঝলমত পথ দুৰ্ঘটনাত তিনিজন লোক আহত।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ঝলমত ৩৭নংৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত একপথ দুৰ্ঘটনাত তিনিজন...
જૂનાગઢ થી મુંબઈ લાલબાગ વિઘ્નહર્તા ગણેશજીના દર્શન માટેની પદયાત્રા પૂર્ણ કરી આવતા સન્માન
જૂનાગઢ થી મુંબઈ લાલબાગ વિઘ્નહર્તા ગણેશજીના દર્શન માટેની પદયાત્રા પૂર્ણ કરી આવતા સન્માન
ભોરોલ સરકારી માધ્યમિક અને ઉચ્ચતર માધ્યમિક શાળા મારવાડી વાસ ખાતે તિરંગા યાત્રા નું આયોજન કરાયું
ઑગસ્ટ મહિના ની 9 તારીખ થી લઈને 15 તારીખ સુધી હર ઘર તિરંગા કાર્યક્રમ આખા દેશ મા યોજાઈ રહ્યા છે...
અમીરગઢના ઇકબાલગઢ નજીક ટ્રકની ટક્કરે સારવાર દરમિયાન ડીસાના એક યુવકનું મોત : એક યુવક ગંભીર
પાલનપુર-અમદાવાદ હાઇવે ઉપર ઇકબાલગઢ નજીક ટ્રકની ટક્કરે એકટિવા ચાલક યુવકનું મોત થયું હતું. જ્યારે...
किसानों की फसल हुई बर्बाद मुख्यमंत्री के नाम पर अमानगंज तहसीलदार को सौंपा ज्ञापन
किसानों की फसल हुई बर्बाद मुख्यमंत्री के नाम पर अमानगंज तहसीलदार को सौंपा ज्ञापन