মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় প্ৰদক্ষেপ। বিশেষ ভাবে সক্ষম ১৪ তা কৈ শিশুক চিকিৎসা ব্যৱস্থা কৰিছে জিলা প্ৰশাসনৰ বিষয়া সকলে। এই খৰছ নিজে বহন কৰিব জিলা প্ৰশাসনৰ বিষয়া সকলে।