ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি সন্দৰ্ভত চৰ্চা লাভ সময়তে নিজৰ মত প্ৰকাশ কৰিছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। কিবা কাৰণত বিদ্যুত মাছুল বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে। কি কাৰণত মাছুল বৃদ্ধি পাইছে এই সন্দৰ্ভত শক্তি মন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীয়ে কথা পাতিছে। লগতে মাছুল হ্ৰাস কৰিব পাৰি নেকি এই সন্দৰ্ভতো আলোচনা কৰা বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। সোণাৰিত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনে এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જય દશામાં વિદ્યામંદિર ઝાલોદ ખાતે દિવ્યાંગ મતદાર જાગૃતિ કાર્યક્રમ યોજાયો
ઝાલોદ તાલુકાના મુખ્ય મથક ઝાલોદ ખાતે આવેલ જય દશામાં વિદ્યા મંદિરના પટાંગણમાં દિવ્યાંગ મતદાર જાગૃતિ...
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
રાણાવાવ ઝરડી સીમમાં થયેલ મર્ડરના આરોપીને ગણતરીની કલાકોમાં પકડી પાડતી પોલીસ
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
অচিনাক্ত দুৰ্বৃত্তই ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত লংডিং বন্ধ
দেওবাৰে সন্ধিয়া অৰুণাচল লংডিঙৰ ব্যৱসায়ী আৰতাব সিং শৰ্মাক সন্দেহজনক এন এছ চি এনে গুলীয়াই হত্যা...
जेपी नड्डा ने देखी 'द केरल स्टोरी', कहा- एक नए प्रकार के आतंकवाद को उजागर करती है फिल्म
JP Nadda on The Kerala Story: भारतीय जनता पार्टी (BJP) के राष्ट्रीय अध्यक्ष जेपी...