মাদলৰ তালে তালে ঝুমুৰৰ সুমধুৰ সুৰত মুখৰিত আকাশ-বতাহ ৷ খুমটাইৰ কৰম পৰৱত শ শ পুৰুষ-মহিলাই অংশ ললে ঝুমুৰত ৷ চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উপলক্ষে আনন্দত আত্মহাৰা এইসকল ৰাইজ ৷