মহিলা আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে মৰিগাঁৱত ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মীসকলে ৰূপায়ন কৰিছে ব্যতিক্ৰমী সজাগতা অভিযান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে দেশত চলি থকা পোষণ মাহ উপলক্ষে সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ কৰ্মীসকলে আকৰ্ষণীয় আৰু ব্যতিক্ৰমী ৰূপত সমাজ সচেতনতাৰ উদ্দেশ্যে নামি পৰিছে ৰাজপথত। হাতে হাতে ফেষ্টুন, আকৰ্ষণীয় শ্লোগান আৰু বেশভূষাৰে দেশৰ পৰা শিশুৰ পুষ্টিহীনতা নিৰ্মুল কৰা, লগতে ৰক্তহীনতাৰ বাবে যাতে কোনো গৰ্ভৱতী আৰু প্ৰসুতি মাতৃৰ মৃত্যু নহয় সেইবিষয়ে ৰাইজক বিশেষকৈ মহিলা সকলক সজাগ কৰাৰ সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে। এইক্ষেত্ৰত চৰকাৰী আঁচনিৰ পৰা মহিলা আৰু শিশু কেনেদৰে উপকৃত হব পাৰি সেই সম্প্ৰৰ্কেও মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| गोदाधामला जाण्यासाठी पक्के रस्ते आणि अंतर्गत सोयीसुविधा देणार-मुख्यमंत्री एकनाथ शिंदे
MCN NEWS| गोदाधामला जाण्यासाठी पक्के रस्ते आणि अंतर्गत सोयीसुविधा देणार-मुख्यमंत्री एकनाथ शिंदे
বাল্যবিবাহৰ বিৰুদ্ধে কলাইগাও আৰক্ষীৰ তীব্ৰ অভিযান। দুজনক আটক
বাল্যবিবাহৰ বিৰুদ্ধে কলাইগাও আৰক্ষীৰ তীব্ৰ অভিযান। পুৱতি নিশা কলাইগাও আৰক্ষীয়ে আটক কৰিলে আমগুৰি...
ભાવનગર-અયોધ્યા ટ્રેનને બોટાદ રાણપુર ખાતે સ્ટોપેજ આપવા માંગ સાથે આવેદનપત્ર
ભાવનગર-અયોધ્યા ટ્રેનને બોટાદ રાણપુર ખાતે સ્ટોપેજ આપવા માંગ સાથે આવેદનપત્ર