মহিলা আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে মৰিগাঁৱত ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মীসকলে ৰূপায়ন কৰিছে ব্যতিক্ৰমী সজাগতা অভিযান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে দেশত চলি থকা পোষণ মাহ উপলক্ষে সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ কৰ্মীসকলে আকৰ্ষণীয় আৰু ব্যতিক্ৰমী ৰূপত সমাজ সচেতনতাৰ উদ্দেশ্যে নামি পৰিছে ৰাজপথত। হাতে হাতে ফেষ্টুন, আকৰ্ষণীয় শ্লোগান আৰু বেশভূষাৰে দেশৰ পৰা শিশুৰ পুষ্টিহীনতা নিৰ্মুল কৰা, লগতে ৰক্তহীনতাৰ বাবে যাতে কোনো গৰ্ভৱতী আৰু প্ৰসুতি মাতৃৰ মৃত্যু নহয় সেইবিষয়ে ৰাইজক বিশেষকৈ মহিলা সকলক সজাগ কৰাৰ সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে। এইক্ষেত্ৰত চৰকাৰী আঁচনিৰ পৰা মহিলা আৰু শিশু কেনেদৰে উপকৃত হব পাৰি সেই সম্প্ৰৰ্কেও মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमेरिका में Rahul Gandhi के सिखों को लेकर दिए बयान पर मचा बवाल, केंद्रीय मंत्री ने कहा- खतरनाक नैरेटिव सेट करने की कोशिश
लोकसभा में नेता प्रतिपक्ष राहुल गांधी इन दिनों अमेरिका के दौरे पर हैं। अमेरिका में राहुल गांधी...
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો
યાત્રાધામ ડાકોર મા ગંદકી નું સામ્રાજ્ય...
ખેડા.. ઠાસરા
ડાકોર..
ગંદકીનો સામ્રાજ્ય એટલે ડાકોર
યાત્રાધામ ડાકોર...
આંતરરાષ્ટ્રીય હિન્દુ પરિષદ રાષ્ટ્રીય બજરંગદળ રાષ્ટ્રીય મહિલા પરિષદ વડોદરા મહાનગર કલેક્ટરને આવેદન
આંતરરાષ્ટ્રીય હિન્દુ પરિષદ રાષ્ટ્રીય બજરંગદળ રાષ્ટ્રીય મહિલા પરિષદ વડોદરા મહાનગર કલેક્ટરને આવેદન