অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত , জাতীয়তাবাদী মহিলা পৰিষদৰ ধেমাজি জিলা সমিতি আৰু বেতনিপাম আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে সোমবাৰে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন কৰে । কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযানৰ পিছতে সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সভাপতি সঞ্জীৱ চেতিয়াই । শ্বহীদ তৰ্পণ কৰে জাতীয় মহিলা পৰিষদৰ সম্পাদিকা জয়শ্ৰী শইকীয়াই । বৃক্ষৰোপনৰ আঁত ধৰে যুটীয়া সম্পাদিকা জ্যোতিকা বৰাই । ইয়াৰ পিছতেই সংগঠনটোৰ বেতনিপাম আঞ্চলিক সমিতিৰ সভাপতি গোলাপ চাংমাইৰ নেতৃত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে বালিজান-গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্তই । সম্বৰ্ধনা কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক অমৃত দিহিঙ্গীয়া , বাবুল গগৈক সম্বৰ্ধনা জনাই। লগতে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্ত, বালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত মহন্তকে ধৰি বিদ্যালয়ৰ শিক্ষক সকলক সংগঠনটোৰ তৰফৰ পৰা গামোছা শৰাইৰে সম্বৰ্ধনা জনোৱা হয় । সংগঠনটোৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, ধেমাজিৰ নিউজ ১৮ চেনেলৰ সাংবাদিক মন বিকাশ বৰগোঁহাইৰ লগতে আন বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूट्यूबर मनीष कश्यप की गिरफ्तारी के विरोध में बिहार बंद का ऐलान, शेखपुरा में समर्थकों ने NH जाम कर फूंका टायर
यूट्यूबर मनीष कश्यप की गिरफ्तारी के विरोध में गुरुवार को बिहार बंद का ऐलान किया गया है। इस बंद का...
કોન્સ્ટેબલ ની 26146 જગ્યાઓ પર થશે ભરતી.
કોન્સ્ટેબલની 26,146 જગ્યાઓ પર થશે ભરતી
સ્ટાફ સિલેક્શન કમિશને 10માં ધોરણની લાયકાત સાથે...
मुख्यमंत्री ने कर दी श्रद्धांजलि,,, उत्तर-प्रदेश में शोक की लहर
मुख्यमंत्री ने कर दी श्रद्धांजलि,,, उत्तर-प्रदेश में शोक की लहर
केंद्रीय राज्य मंत्री के घर में मर्डर, बेटे की पिस्टल मिली, सफाई में क्या बोले Kaushal kishore?
केंद्रीय राज्य मंत्री के घर में मर्डर, बेटे की पिस्टल मिली, सफाई में क्या बोले Kaushal kishore?
हिंडनबर्ग रिपोर्ट को लेकर कांग्रेस ने भाजपा पर लगाए बड़े आरोप, आज ED दफ्तर के बाहर करेगी धरना-प्रदर्शन
हिंडनबर्ग रिपोर्ट में सेबी प्रमुख पर लगे आरोपों के मामले में जेपीसी से जांच कराने की मांग को लेकर...