দৰঙৰ ধুলাৰ পৰা টাংনী চাহ বাগিচা-ওঝাগাও হৈ খাৰুপেটীয়ালৈ যোৱা পথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতে জলাকলা খুৱাইছে পথচাৰীক । টাংনী নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলং আৰু পথচোৱা আনুষ্ঠানিক ভাৱে মুকলি হোৱাৰ পূৰ্বে ঠায়ে ঠায়ে খহি পৰিছে পথ । সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত । প্ৰকাণ্ড প্ৰকাণ্ড গাতে ব্যাহত কৰিছে যাতায়ত । একমাত্ৰ ঠিকাদাৰৰ হেমাহিৰ বাবেই প্ৰায়েই পথচোৱাত সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা । প্ৰায় এক কিলোমিটাৰ পথৰ ঠায়ে ঠায়ে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতে উদঙাই দিছে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান পথৰ কামৰ নমুনা । পথচোৱা চৰজমিন তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ লগতে স্থানীয় বিধায়কক দাবী জনাইছে ৰাইজে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price
ग्रामीणों ने सरपंच को सौंपा ज्ञापन
ग्राम पंचायत सूतड़ा के गांव भवानीपुरा के ग्रामीणों ने सरपंच के नाम ग्राम विकास अधिकारी को ज्ञापन...
Jaishankar: 'भारत का चीन के साथ संबंध तब सुधरेगा जब...', जयशंकर ने पीएम मोदी का जिक्र करते हुए कही ये बड़ी बात
नई दिल्ली। पूर्वी लद्दाख में सैन्य गतिरोध के पांचवें वर्ष में प्रवेश करने पर विदेश मंत्री एस...
घर में घुसकर नाबालिग पीड़िता के साथ दुष्कर्म करने के आरोपी को सुनाई 10 वर्ष की कठोर कारावास की सजा और ₹31000 जुर्माना
उक्त घटना दिनांक 28.4.2024 को फरियादी/पीड़िता ने अपने पिता के साथ थाना कापरेन में उपस्थित होकर इस...