নলবাৰী জিলাৰ বালিলেচা শ্ৰীশ্ৰী কালি দেৱালয়ৰ পুখুৰীত গা ধোবলৈ গৈ নিখোজ হৈ আছিল লুইতপৰীয়া থিয়েটাৰৰ নৃত্য শিল্পী এগৰাকী৷কিছুসময় বিৰতিৰ অন্তত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰে৷মৃত শিল্পী গৰাকীৰ নাম কন্দৰ্প দাস বুলি জানিব পৰা গৈছে৷তেওঁৰ ঘৰ বৰপেটা জিলাৰ সৰুপেটাত৷শিল্পী গৰাকী বৰ্তমান বালিলেচাত চলি থকা লুইতপৰীয়া থিয়েটাৰৰ নৃত্য শিল্পী আছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
121 ઈન્ટર્ન ડોકટર ધરણા પર બેઠા |
121 ઈન્ટર્ન ડોકટર ધરણા પર બેઠા |
Rajasthan में 13 सीटों पर Voting को लेकर Sukhjinder Randhawa से खास बातचीत | Election 2024 | Aaj Tak
Rajasthan में 13 सीटों पर Voting को लेकर Sukhjinder Randhawa से खास बातचीत | Election 2024 | Aaj Tak
নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত বৰহাট মহাবিদ্যালয়ত কৰ্মবিৰতি পালন
বৰহাট মহাবিদ্যালয়ত নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰনৰ দাবীত অসম ক'লেজ...
131वां राष्ट्रीय मेला दशहरा 2024: मेले में होंगे के श्री रामलला के विग्रह के दर्शन संत करेंगे कीर्तन, गूंजेंगे गीता के उपदेश
131वें राष्ट्रीय मेला दशहरा में इस बार सनातन संस्कृति की बयार बहती नजर आएगी। मेला परिसर में पहली...