নলবাৰী জিলাৰ বালিলেচা শ্ৰীশ্ৰী কালি দেৱালয়ৰ পুখুৰীত গা ধোবলৈ গৈ নিখোজ হৈ আছিল লুইতপৰীয়া থিয়েটাৰৰ নৃত্য শিল্পী এগৰাকী৷কিছুসময় বিৰতিৰ অন্তত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰে৷মৃত শিল্পী গৰাকীৰ নাম কন্দৰ্প দাস বুলি জানিব পৰা গৈছে৷তেওঁৰ ঘৰ বৰপেটা জিলাৰ সৰুপেটাত৷শিল্পী গৰাকী বৰ্তমান বালিলেচাত চলি থকা লুইতপৰীয়া থিয়েটাৰৰ নৃত্য শিল্পী আছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કચ્છના શિકારપુર પાસે આવેલ અજંતા કંપનીના વહીવટદારોએ પત્રકારોને પણ આપ્યો ચેલેન્જ...
કચ્છના શિકારપુર પાસે આવેલ અજંતા કંપનીના વહીવટદારોએ પત્રકારોને પણ આપ્યો ચેલેન્જ...
Congress नेता Shakti Singh Goyal का बयान, कहा 'PM Modi अपनी जाति के नाम पर देश को गुमराह कर रहे हैं'
Congress नेता Shakti Singh Goyal का बयान, कहा 'PM Modi अपनी जाति के नाम पर देश को गुमराह कर रहे हैं'
The Assam CM distributes gifts to government recognized journalists in Biswanath
The Assam CM distributes gifts to government recognized journalists in Biswanath
Biswanath...
સૌથી પહેલા વરસાદ ની આગાહી Weather group sab se tej તરહ થી ખેડૂત ભાઈઓ માટે 👆🙏🌹
સૌથી પહેલા વરસાદ ની આગાહી Weather group sab se tej તરહ થી ખેડૂત ભાઈઓ માટે 👆🙏🌹
স্বপ্নদ্ৰষ্টা হিৰন্যনাৰায়ন বৰা স্মাৰক বঁটা সুধাকন্ঠ ৰ সুদীৰ্ঘ কালৰ সহযোগী কমল কটকীলৈ।১অক্টুবৰত স্বপ্নদ্ৰষ্টা ৰ জন্মদিন ত প্ৰদান কৰা হব।
ৰহা নিবাসী তথা বিশিষ্ট শিক্ষাবিদ,সু বক্তা স্বপ্নদ্ৰষ্টা হিৰন্য নাৰায়ন বৰা স্মাৰক বঁটা সুধাকন্ঠ...