বোম্বা ৰাইড । শীঘ্ৰেই দৰ্শকৰ কাষলৈ আহিব বোম্বা ৰাইড । ছবিখনৰ প্ৰযোজক পৰিচালক শিল্পী কলা কুশলীয়ে আয়োজন কৰা সংবাদ মেলত কি কলে পৰিচালক বিশ্বজিৎ বৰাই । চাওক এই খবৰ ।