দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মলপ্ৰভা প্ৰেক্ষাগৃহত সোমবাৰে গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয় ৷ চেঙাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খবিৰুদ্দিন আহমেদে সঞ্চালনা কৰা সভাত শিশু আলোচনী “জ্ঞানম” আৰু “নমস্য ব্যক্তিৰ মহৎবানী" নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীৰ মুখ্য সম্পাদনা আৰু সহকাৰী শিক্ষয়িত্ৰী বিনীতা শইকীয়া দাস সম্পাদিত শিশু আলোচনী “জ্ঞানম” উন্মোচন কৰে বিশিষ্টা লেখিকা, অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কিৰণ শইকীয়া বড়াই আৰু দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী সম্পাদিত গ্ৰন্থ "নমস্য ব্যক্তিৰ মহৎবানী" উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সূৰ্য শৰ্মাই ৷ সভাত দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বয় নিৰঞ্জন গোস্বামী আৰু মীনাকুমাৰী গোস্বামী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂની પેન્શન યોજનાની માગ સાથે સરકારી કર્મીઓ આંદોલનના માર્ગે ચઢ્યા
જૂની પેન્શન યોજનાની માગ સાથે સરકારી કર્મીઓ આંદોલનના માર્ગે ચઢ્યા
ફતેપુરા તાલુકામાં રાત્રીના સમયે ધોધમાર વરસાદ વરસતા વાતાવરણમાં ઠંડક પ્રસરી, રોડ રસ્તાઓ થયા પાણી પાણી.
ફતેપુરા તાલુકામાં મોડી રાત્રે વરસાદ વરસ્યો હતો વરસાદ ત્રીજી વાર ચાલુ થતાં ખેડૂતોમાં ખુશીનો માહોલ...
নুমলীগড়ৰ দৈগ্ৰোঙত AJYCP ৰ উদ্যোগত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জন সজাগতা মূলক সভা।
নুমলীগড়ৰ দৈগ্ৰোঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জন সজাগতা...
जनता लोकशाहीच्या मार्गाने अत्याचाराला उत्तर देईल; आमदार भास्कर जाधवांचा इशारा
रत्नागिरी : जे भारतीय जनता पक्षासोबत गेले नाहीत त्यांच्यावरच कारवाया होत आहेत. याचा अर्थ या...