দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মলপ্ৰভা প্ৰেক্ষাগৃহত সোমবাৰে গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয় ৷ চেঙাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খবিৰুদ্দিন আহমেদে সঞ্চালনা কৰা সভাত শিশু আলোচনী “জ্ঞানম” আৰু “নমস্য ব্যক্তিৰ মহৎবানী" নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীৰ মুখ্য সম্পাদনা আৰু সহকাৰী শিক্ষয়িত্ৰী বিনীতা শইকীয়া দাস সম্পাদিত শিশু আলোচনী “জ্ঞানম” উন্মোচন কৰে বিশিষ্টা লেখিকা, অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কিৰণ শইকীয়া বড়াই আৰু দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী সম্পাদিত গ্ৰন্থ "নমস্য ব্যক্তিৰ মহৎবানী" উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সূৰ্য শৰ্মাই ৷ সভাত দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বয় নিৰঞ্জন গোস্বামী আৰু মীনাকুমাৰী গোস্বামী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाकिस्तान में नहीं थम रहे आतंकी हमले, अब सैन्य बेस पर हुआ हमला; 8 सुरक्षा कर्मियों की मौत
कराची। पाकिस्तान में लगातार एक के बाद एक हमले हो रहे हैं। अब इस्लामवादी...
કારીયાણી ગામે ૩૬૫ વર્ષ જુની પરંપરા યથાવત
કારીયાણી ગામે ૩૬૫ વર્ષ જુની પરંપરા યથાવત
অসমত চৰকাৰী চাকৰিৰ নামত দলালীৰ অভাৱ নাই
বৰ্তমান চৰকাৰ খন দুনীৰ্তি লগত জড়িত হোবাটো স্পষ্ট বুলি মন্তৱ্য অসম জাতীয় পৰিষদৰ সভাপতি...
રાધનપુર વિસ્તાર તેમજ ગ્રામ્ય વિસ્તારોમાં વરસાદનું આગમન | SatyaNirbhay News Channel
રાધનપુર વિસ્તાર તેમજ ગ્રામ્ય વિસ્તારોમાં વરસાદનું આગમન | SatyaNirbhay News Channel
સમગ્ર દેશમાં અંદાજે સવા કરોડ ઘર લોકોને આપવામાં આવ્યા, 2014 પહેલા ગરીબોના ઘર માટે 20 હજાર કરોડની જોગવાઇ હતી - PM મોદી
આજરોજ ગાંઘીનગર ખાતે ભારતીય જનતા પાર્ટી સુશાસન વિભાગ દ્વારા બે દિવસય ચાલનારો રાષ્ટ્રીય મેયર...