মংগলবাৰে পুৱাৰ পৰা তিনিচুকীয়া চহৰত পৌৰপতি জয়ন্ত বৰুৱাই চাফাইকৰ্মীৰ স’তে হাতেকামে লাগে চাফাই অভিযানত ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিকুনীয়াৰ পৰা মাকুমদিশে আৰম্ভ কৰে চাফাই অভিযান ৷ পৌৰসভাত চাফাইকৰ্মীৰ সংখ্যা ক’ম হোৱা হেতুকে চহৰখন সম্পূৰ্ণ চাফা কৰি ৰখাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, গতিকে নিজেই কৰ্মচাৰীসকলৰ সৈতে চেষ্টা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটত শ্ৰমিকৰ প্ৰতিবাদ
নিগমৰ বাগিছাৰ শ্ৰমিকৰ প্ৰতিবাদ
গোলাঘাট
অসম চাহ নিগমৰ বাগিছা সমূহ ব্যক্তিগত...
સાવરકુંડલા વિધાનસભા લડવા ભાજપમાં ઉમેદવારોનો જમાવડો, 3 પૂર્વ ધારાસભ્યો સહિત 16 ઉમેદવારો લડવા ઈચ્છુક..
સાવરકુંડલા વિધાનસભા લડવા ભાજપમાં ઉમેદવારોનો જમાવડો, 3 પૂર્વ ધારાસભ્યો સહિત 16 ઉમેદવારો લડવા ઈચ્છુક..
જંબુસર તાલુકાના પીલુદ્રા ગામે દીવાલ પડતા આધેડનું મોત નીપજ્યું
જંબુસર તાલુકાના પીલુદ્રા ગામે દીવાલ પડતા આધેડનું મોત નીપજ્યું