টিংখাঙৰ লেঙেৰী অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম ক্ৰীড়াৰ দ্বাৰা যাতে আগুৱাই যাব পাৰে সেই উদ্দেশ্যেৰে লেঙেৰী সন্মিলিত যুৱ মঞ্চ আৰু লেঙেৰী ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত ঘুটুং ছিগা শৰীৰচৰ্চা কেন্দ্ৰ প্ৰাংগণত এটি কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। উক্ত শুভাৰম্ভণি কাৰ্যসূচীত Dibrugarh District Karate - Do Association সভাপতি ধমেন্দ্ৰ দুৱৰা , কাৰ্যকৰী সভাপতি অঞ্জন চেতিয়া, সম্পাদক নিৰেন ফুকন , শাৰীৰিক প্ৰশিক্ষক মনোৰঞ্জন হাজৰিকা, লেঙেৰী অঞ্চলৰ গৌৰৱ প্ৰবীণ খেলুৱৈ ইন্দিবৰ বৰুৱা, অনন্দা বড়া গগৈ আৰু লেঙেৰী অঞ্চলৰ বিভিন্ন বিশিষ্ট সমাজকৰ্মী সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ লেঙেৰী মণ্ডল সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દોઢ વીઘામાં ચાર લાખની કમાણી...!
દોઢ વીઘામાં ચાર લાખની કમાણી...!
শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা।
শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা। ছিপাঝাৰৰ শ্বহীদ ভৱনৰ তলা ভঙা BJP কৰ্মীৰ বিৰুদ্ধে মঙ্গলদৈ...
CAA সন্দৰ্ভত অজন্তা নেওগৰ ওলোটা খৰ
CAA সন্দৰ্ভত অজন্তা নেওগৰ ওলোটা খৰ
त्यांचे २-३, यांचे १०-१५... कोणाचं खरं? शिंदे-ठाकरे गटात स्पर्धा? Uddhav Thackeray vs Eknath shinde
त्यांचे २-३, यांचे १०-१५... कोणाचं खरं? शिंदे-ठाकरे गटात स्पर्धा? Uddhav Thackeray vs Eknath shinde
आष्टी येथील जय हनुमान तालमीस हिंदकेसरी पै.रोहित पटेल उपमहाराष्ट्र केसरी अक्षय शिंदे यांनी दिली भेट
आष्टी तालुक्यातील शिराळा रस्त्यालगत असलेल्या जय हनुमान तालमीस हिंदकेसरी पैलवान रोहित पटेल...