টিংখাঙৰ লেঙেৰী অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম ক্ৰীড়াৰ দ্বাৰা যাতে আগুৱাই যাব পাৰে সেই উদ্দেশ্যেৰে লেঙেৰী সন্মিলিত যুৱ মঞ্চ আৰু লেঙেৰী ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত ঘুটুং ছিগা শৰীৰচৰ্চা কেন্দ্ৰ প্ৰাংগণত এটি কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। উক্ত শুভাৰম্ভণি কাৰ্যসূচীত Dibrugarh District Karate - Do Association সভাপতি ধমেন্দ্ৰ দুৱৰা , কাৰ্যকৰী সভাপতি অঞ্জন চেতিয়া, সম্পাদক নিৰেন ফুকন , শাৰীৰিক প্ৰশিক্ষক মনোৰঞ্জন হাজৰিকা, লেঙেৰী অঞ্চলৰ গৌৰৱ প্ৰবীণ খেলুৱৈ ইন্দিবৰ বৰুৱা, অনন্দা বড়া গগৈ আৰু লেঙেৰী অঞ্চলৰ বিভিন্ন বিশিষ্ট সমাজকৰ্মী সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ লেঙেৰী মণ্ডল সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાલોલની વિઠ્ઠલપુરા પ્રાથમિક શાળા ખાતે અનેક મહાનુભવોની ઉપસ્થિતિમાં તાલુકા કક્ષાનો બાળ વૈજ્ઞાનિક પ્રદર્શન ૨૦૨૩-૨૪ નો ભવ્ય કાર્યક્રમ યોજાયો.
ગુજરાત શૈક્ષણિક સંશોધન અને તાલીમ પરિષદ ગાંધીનગર પ્રેરિત અને પંચમહાલ જિલ્લા શિક્ષણ અને તાલીમ ભવનના...
Jammu Kashmir Snowfall Video: कश्मीर में बर्फ का कहर, सड़कों पर जमी बर्फ बनी खतरा | Aaj Tak
Jammu Kashmir Snowfall Video: कश्मीर में बर्फ का कहर, सड़कों पर जमी बर्फ बनी खतरा | Aaj Tak
भजनलाल सरकार का पहला बजट ही निराशावादी- जोन्टी बीरवाल
कोटा। भाजपा सरकार ने इस बजट में राजस्थान के निम्न वर्ग को काफी दूर रखा है। कांग्रेस ब्लॉक अध्यक्ष...
બોટાદ વિધાનસભા બેઠક નંબર 107 પર કોંગ્રેસ ભાજપ પક્ષનાં બન્ને ઉમેદવારો એ વિજ્ય વિશ્ર્વાસ વ્યક્ત કર્યો
બોટાદ વિધાનસભા બેઠક નંબર 107 પર કોંગ્રેસ ભાજપ પક્ષનાં બન્ને ઉમેદવારો એ વિજ્ય વિશ્ર્વાસ વ્યક્ત કર્યો