পৌৰ এলেকাসমূহত সম্পত্তি কৰ বৃদ্ধি কৰাৰ অধিসূচনা জাৰি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ।
• ১০ ছেপ্তেম্বৰৰ ভিতৰত নগৰ-চহৰৰ বাসিন্দাক স্থাৱৰ সম্পত্তিৰ হিচাব দাখিলৰ নিৰ্দেশ চৰকাৰৰ ।
• মাটিৰ মূল্য, বাসগৃহৰ মূল্য আৰু গেৰেজৰ ২৫% ৰ ওপৰত আৰোপ কৰা হ’ব কৰ ।বেৰ থকা চোতাল, পাকঘৰৰ ওপৰতো আৰোপ কৰা হ’ব কৰ ।