নলবাৰী জিলাৰ ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথত বহৎ আকাৰৰ গাটৰ বাবে ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধা হৈছে৷উল্লেখ্য যে নিৰ্মানৰত নলবাৰী মেডিকেল কলেজ সংযোগী উক্ত পথটি বৰ্তমানেে নিৰ্মাণৰত অৱস্থাত আছে৷নিৰ্মাণৰত অৱস্থাত থকা সময়তে ধুৰকুছি বহুমুখী সমবায় সমিতিৰ ওচৰতে থকা কালভাৰ্টৰ ওপৰত হোৱা এটি প্ৰকাণ্ড গাতৰ বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷মনকৰিবলগীয়া যে পথ নিৰ্মানৰ দায়িত্বত থকা গৌতম কনষ্ট্ৰাকশ্বনৰ নিম্নমানৰ কামৰ বাবে এনেকুৱা গাতৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ তুলিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰোগ ‘এক্স’ পৰৱৰ্তী ক’ভিড মহামাৰী হ’ব পাৰে কাৰণ স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে ইয়াৰ ফলত বিশ্বজুৰি ৫ কোটিৰো অধিক লোকৰ মৃত্যু হ’ব পাৰে
সমগ্ৰ বিশ্বই ক’ভিড-১৯ মহামাৰীৰ ভয়াবহ দিনৰ সাক্ষী হৈ থকাৰ সময়তে, দুই কোটিতকৈ অধিক লোকৰ...
મહુધા કઠલાલ હાઇવે પર ભયંકર ટ્રિપલ અકસ્માત
મહુધા કઠલાલ હાઇવે પર કન્નયા હોટેલ ની સામે 2 આઇસર અને ઇકો કાર વચ્ચે ભયાનક ટ્રિપલ અકસ્માત સર્જાયો...
"আজিৰ পৰা নেপাৱ মোক, মোক মাৰি পেলাব ইহঁতে"- বহিঃৰাজ্যত কৰ্ম কৰিবলৈ যোৱা যুৱকৰ কাতৰ কণ্ঠ..
"মোৰ এইটোয়েই শেষ মাত,ইহঁতে মোক মাৰি পেলাব"এই ফোনকলৰ পিছতেই ঘৰৰ পৰা বহিঃৰাজ্যলৈ যাত্ৰাপথত...
પ્રાંતિજ નજીક ટ્રેન આગળ...!
પ્રાંતિજ નજીક ટ્રેન આગળ...!