নলবাৰী জিলাৰ ঘগ্ৰাপাৰ দামোদৰধাম বিজুলীঘাট পথত বহৎ আকাৰৰ গাটৰ বাবে ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধা হৈছে৷উল্লেখ্য যে নিৰ্মানৰত নলবাৰী মেডিকেল কলেজ সংযোগী উক্ত পথটি বৰ্তমানেে নিৰ্মাণৰত অৱস্থাত আছে৷নিৰ্মাণৰত অৱস্থাত থকা সময়তে ধুৰকুছি বহুমুখী সমবায় সমিতিৰ ওচৰতে থকা কালভাৰ্টৰ ওপৰত হোৱা এটি প্ৰকাণ্ড গাতৰ বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷মনকৰিবলগীয়া যে পথ নিৰ্মানৰ দায়িত্বত থকা গৌতম কনষ্ট্ৰাকশ্বনৰ নিম্নমানৰ কামৰ বাবে এনেকুৱা গাতৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ তুলিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા એસઓજી અને થરા પોલીસે થરા માં બે સ્થળો ઉપરથી મોટી માત્રામાં ચાઇના દોરી નો જથ્થો જપ્ત કર્યો
બનાસકાંઠા એસઓજી અને થરા પોલીસે થરા માં બે સ્થળો ઉપરથી મોટી માત્રામાં ચાઇના દોરી નો જથ્થો જપ્ત કર્યો
নাজিৰা মঠিয়াচিগাত পুখুৰীত পৰি শিশুৰ কৰুণ মৃত্যু
নাজিৰা মঠিয়াচিগা নাহৰতলত পথাৰত খান্দি থোৱা এটা পুখুৰীত পৰি মৃত্যু হয় এটি শিশুৰ । ৮ বছৰীয়া ৰিয়ান...
YouTube AI Feature: क्रिएटर्स की हेल्प करेगा यूट्यूब का अपकमिंग AI-पावर्ड फीचर Brainstorm with Gemini
YouTube के लिए क्रिएटर्स के लिए जल्द ही AI-पावर्ड फीचर Brainstorm with Gemini पेश करेगा। फिलहाल...
দৰঙৰ নামখলাত মাদক দ্ৰব্য নিবাৰণী সভা সম্পন্ন
দৰঙৰ নামখলাত মাদক দ্ৰব্য নিবাৰণী সভা সম্পন্ন
নামখলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকা...
Weather Update : दिल्ली-NCR की आबोहवा अब भी जहरीली, बारिश पर ये है अलर्ट
दिल्ली-एनसीआर में दीपावली के चौथे दिन बाद भी शुक्रवार को आबोहवा प्रदूषित है. यहां वायु गुणवत्ता...