কৰম পূজাৰ দিনাই বাগিচাত আটছা আৰু চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ দিয়াৰ বিপৰীতে বাগিছা সমূহৰ শ্ৰমিকসকলক দিয়া হৈছে মাধমাৰ । আজিৰ দিনটোত বাগিছাৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও আজি দিনটোৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে । অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে । সেয়েহে চাহ জনগোষ্ঠীৰ হেঁপাহৰ কৰম পূজা উদযাপনত আনন্দ কৰাৰ পৰিৱৰ্তে কৰিছে প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দলগাঁৱৰ বেছিমাৰীত দ' খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ৷ আহত ৩
ঈদৰ আনন্দ উলাহৰ মাজতে আজি দলগাঁৱত সংঘটিত হয় এক পথ দূৰ্ঘটনা৷ AS13 M 3822 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ...
Muga silk cocoons being readied for sale at Dhakuakhana
Muga silk cocoons being readied for sale at Dhakuakhana
अगले महीने लॉन्च हो सकता है 6000 mAh बैटरी वाला फोन, iQOO ने कर ली बड़ी तैयारी
iQOO Neo 10 Pro अगले महीने चाइना में लॉन्च हो सकता है। इसे नियो 9 प्रो के सक्सेसर के तौर पर कंपनी...
ફતેપુરા પોલીસ મથકે સેવા બજાવીને બદલી પામી ઝાલોદ પોલીસ કોન્સ્ટેબલની ફરજ બજાવતા કલ્પેશકુમારને
ફતેપુરા પોલીસ મથકે સેવા બજાવીને બદલી પામી ઝાલોદ પોલીસ કોન્સ્ટેબલની ફરજ બજાવતા કલ્પેશકુમારને