খাৰুপেটিয়া সৎসঙ্গ মন্দিৰত শ্রী শ্রী ঠাকুৰ অনুকুল চন্দ্র জীব জন্ম উৎসৱত এইবাৰ বিশেষ আয়োজন কৰা হৈছে। 

সংগীত প্ৰতিযোগিতা । 

নৃত্য প্ৰতিযোগিতা । 

আৰু অংকন প্ৰতিযোগিতা ৰ ব্যবস্থা কৰা হৈছে।

ইচ্ছুক সকলোৱে অনুষ্ঠানত অংশ গ্রহন কৰিবলৈ আগ বাড়ি আহক।