অখিল গগৈ আশু আৰোগ্য কামনাৰে বকতাৰ বৰদেওধাই বৰদেওশালত মাংগলিক অনুষ্ঠান ৰাইজৰ দলৰ

শাৰীৰিক ভাৱে অসুস্থ শিৱসাগৰৰ বিধায়ক অখিল গগৈ।যদিও চিকিৎসাধীন অৱস্থাত অখিল গগৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল।কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক চিকিৎসকে প্ৰেৰণ কৰিছে বাংগালুৰলৈ।

অখিল গগৈৰ উন্নত চিকিৎসাৰ বাবে আজি বকতাৰ বৰদেওধাই বৰদেওশালত আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষববীয়াই আহোমৰ পৰম্পৰা ৰীতি-নীতি অনুসৰি অনুস্থিত কৰে মাংগলিক কাৰ্য।