প্ৰেমৰ ভয়ংকৰ পৰিণতি। ছয় মাহৰ পিছত পোহৰলৈ আহিছে ভণ্ড প্ৰেমিকৰ প্ৰকৃত স্বৰূপ। কামাখ্যা মন্দিৰত গৈ সেন্দুৰ পিন্ধোৱাই বিয়া পাতিছিল আব্দুল চাজাহানে। পৰিচয় দিছিল নিজকে মিন্টু ৰয় বুলি। প্ৰমিকাই ছয় মাহ পিছতহে জানিব পাৰিলে তেওঁৰ স্বামী হিন্দু নহয় আচলতে এজন মুছলমান বিবাহিত পুৰুষহে। ভুক্তভোগী মহিলা গৰাকীৰ লগত আছিল নগদ ৭ লাখ টকা আৰু সেই টকা আত্মসাত কৰি পত্নীৰ ওপৰত আৰম্ভ কৰিলে অকথ্য নিৰ্যাতন বাধ্য কৰালে গো মাংস ভক্ষণ কৰিবলৈ। পূৰ্বৰ পত্নীৰ টকাৰে চাজাহানে আকৌ প্ৰলোভন দি আৰু এজনী যুৱতীক বিয়া পাতিলে।অৱশেষত অতিষ্ট হৈ আৰক্ষীৰ ওচৰ চাপিল ভুক্তভোগী মহিলাই। ইতিমধ্যে আৰক্ষীয়ে চাজাহানক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विवाहितेचा विनयभंग : आठजणां विरुद्ध गुन्हा दाखल
केज तालुक्यात घरा समोर बसलेल्या एका विवाहित महिलेचा विनयभंग केला आहे. या प्रकरणी आठ जणां विरुद्ध...
আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰূপী গাড়ী চোৰ
গাড়ী ভাড়ালৈ লৈ যাত্ৰীৰূপী চোৰৰ পলায়ন৷ ধৃত গভাইত গাড়ীচোৰ মেঘালয় নংপুৰ আশীষ বৰা লিণ্ড৷ চতিয়া...
G20 Summit 2023: G20 का अंतिम दिन | जानिए क्या है आज का कार्यक्रम | G20 | Delhi | PM Modi | Top News
G20 Summit 2023: G20 का अंतिम दिन | जानिए क्या है आज का कार्यक्रम | G20 | Delhi | PM Modi | Top News
બીગ બ્રેકીગ - ઘારી થી ખાંભા હાઇવે પર અકસ્માત એક નુ મોત ઘાયલોને સારવાર મા ખસેડાયા
બીગ બ્રેકીગ - ઘારી થી ખાંભા હાઇવે પર અકસ્માત એક નુ મોત ઘાયલોને સારવાર મા ખસેડાયા
ખેડબ્રહ્મા નગરપાલિકા ના પ્રમુખ સાગરભાઇ પટેલ અને નગરપાલિકાના સદસ્યો દ્વારા હર ઘર ત| ATN NEWS GUJARAT
નગરપાલિકા ના પ્રમુખ સાગરભાઇ પટેલ અને નગરપાલિકાના સદસ્યો દ્વારા હર ઘર તિરંગા યાત્રા
ભારત દેશના...