প্ৰেমৰ ভয়ংকৰ পৰিণতি। ছয় মাহৰ পিছত পোহৰলৈ আহিছে ভণ্ড প্ৰেমিকৰ প্ৰকৃত স্বৰূপ। কামাখ্যা মন্দিৰত গৈ সেন্দুৰ পিন্ধোৱাই বিয়া পাতিছিল আব্দুল চাজাহানে। পৰিচয় দিছিল নিজকে মিন্টু ৰয় বুলি। প্ৰমিকাই ছয় মাহ পিছতহে জানিব পাৰিলে তেওঁৰ স্বামী হিন্দু নহয় আচলতে এজন মুছলমান বিবাহিত পুৰুষহে। ভুক্তভোগী মহিলা গৰাকীৰ লগত আছিল নগদ ৭ লাখ টকা আৰু সেই টকা আত্মসাত কৰি পত্নীৰ ওপৰত আৰম্ভ কৰিলে অকথ্য নিৰ্যাতন বাধ্য কৰালে গো মাংস ভক্ষণ কৰিবলৈ। পূৰ্বৰ পত্নীৰ টকাৰে চাজাহানে আকৌ প্ৰলোভন দি আৰু এজনী যুৱতীক বিয়া পাতিলে।অৱশেষত অতিষ্ট হৈ আৰক্ষীৰ ওচৰ চাপিল ভুক্তভোগী মহিলাই। ইতিমধ্যে আৰক্ষীয়ে চাজাহানক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ ছাত্ৰ ছাত্ৰীয়ে Gold Bronze আৰু Silver পদক লৈ কঢ়িয়াই আনিলে গৌৰৱ
ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ ছাত্ৰ ছাত্ৰীয়ে কাৰাটে চেম্পিয়নশ্বিপত Gold,Bronze আৰু Silver...
NEWS | આશારામની પુજા સામે કડક કાર્યવાહી કરાઇ | VR LIVE
NEWS | આશારામની પુજા સામે કડક કાર્યવાહી કરાઇ | VR LIVE
মহৰিপাৰাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ শুভউদ্ধোধন,অভিনন্দন অনুষ্ঠান
মহৰিপাৰাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ শুভউদ্ধোধন,অভিনন্দন অনুষ্ঠান
सपा में घमासान... अखिलेश यादव के सामने ही भिड़े नेता, हार पर खोली एक-दूसरे की पोल
सपा नेताओं में गुटबाजी और आपसी खींचतान जगजाहिर है। मंगलवार को लखनऊ में पार्टी के राष्ट्रीय...
সোনালী জয়ন্তী বৰ্ষ ,৫০ গছী বন্তি প্ৰজ্বালন কৰি ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত আজি মেলা হয় 'ৰাসৰ নাট'
সোনালী জয়ন্তী বৰ্ষ ,৫০ গছী বন্তি প্ৰজ্বালন কৰি ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত আজি মেলা হয় 'ৰাসৰ...