শিক্ষক দিৱসৰ দিনাই ৰাজ্যৰ শিক্ষাখণ্ডলৈ বৃহৎ ঘোষণা কৰিলে মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।
প্ৰায় ১০ হাজাৰ কোটি টকা ব্যয় কৰি আটক-ধুনীয়া সুন্দৰকৈ নিৰ্মাণ কৰা হব ৰাজ্যৰ ৪ হাজাৰ হাইস্কুল আৰু আকৌ পুনৰ ১০০ খন নতুন বিদ্যালয় স্থাপন কৰা হব অসমৰ চাহ বাগান অঞ্চলত ।
শিক্ষক দিৱসৰ দিনা কলাক্ষেত্ৰত অনুস্থিত হোৱা এক সভাত এই কথা ঘোষণা কৰি মূখ্যমন্ত্ৰী গৰাকীয়ে ।