মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি যোৰহাট জিলা আৰু মাজুলী জিলাৰ যৌথ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ যোৰহাট জিলাৰ ৯ গৰাকীকৈ শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় মাজুলীৰ বিধায়ক ভুৱন গামে ভাষনত শিক্ষক সকলক শুভেচ্ছা জনোৱাৰ লগতে ছাত্ৰছাত্ৰী সকলক শৈক্ষিক দিশত আগুৱাই নিবৰ বাবে শিক্ষাগুৰু সকলে কৰা ত্যাগৰ শলাগ লয় বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীৰ মুল্যবান ভাষণৰ কিয়দাংশ আগবঢ়ালোঁ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अग्रसेन जयंती समारोह के तहत होंगे विभिन्न कार्यक्रम, प्रतिभावान छात्र/छात्राओं का सम्मान होगा, भव्य शोभायात्रा निकलेगी
अग्रसेन जयंती समारोह 2024 के तहत अग्रवाल समाज सेवा संस्था विज्ञान नगर की ओर से विभिन्न कार्यक्रम...
ಬೆಳವಾಲ್ ಫೌಂಡೇಶನ್ ನಿಂದ 'ಒಂದು ಕೋಟಿ ಮರ ನೆಡುವ ಅಭಿಯಾನವು ಫೆಬ್ರವರಿ 1 ರಿಂದ - ಜೂನ್ 5 ರವರೆಗೆ ನಡೆಯಲಿದೆ.
ಬೆಳವಾಲ್ ಫೌಂಡೇಶನ್ ನಿಂದ 'ಒಂದು ಕೋಟಿ ಮರ ನೆಡುವ ಅಭಿಯಾನ'
ಬೆಳವಾಲ್ ಫೌಂಡೇಶನ್ ನಿಂದ 'ಒಂದು ಕೋಟಿ ಮರ ನೆಡುವ...
ৰহস্যময় পৰিস্থিতিত বহিঃ ৰাজ্যত মৃত্যু চৰাইদেউৰ দুই যুৱকৰ
ৰহস্যময় পৰিস্থিতিত বহিঃ ৰাজ্যত মৃত্যু চৰাইদেউৰ দুই যুৱকৰ
CM Kejriwal News: केजरीवाल ने BJP को घेरा, कहा- देश के लिए अपनी नौकरी छोड़ी
CM Kejriwal News: केजरीवाल ने BJP को घेरा, कहा- देश के लिए अपनी नौकरी छोड़ी