নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত নাওঘুলীত বহুপথাৰ শ্ৰীশ্ৰী নীলকন্ঠ মন্দিৰ সমিতিৰ উদ্যোগত নাওঘুলী বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে যোগাসন কৰ্মশালা ৷ বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ সময়চোৱাত নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাওঘুলীতো যোৱা ৩ জুলাই পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হৈছে এমহীয়া যোগাসন প্ৰশিক্ষণ কৰ্মশালা ৷ আজি শিমলুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শিখামনী বৰকটকী কৰ্মশালাখনত উপস্থিত থাকি শিশুসকলৰ মনোবল বৃদ্ধি কৰে ৷ শিমলুগুৰি অঞ্চলৰ কেইবাজনো যোগ গুৰুৱে প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ শিশুসকলৰ শাৰিৰীক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই যোগাসন কৰ্মশালা অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শংকৰদেৱ শিশু নিকেতন নাগ্ৰীজুলিত ককা আইতা দিৱস পালন
শংকৰদেৱ শিশু নিকেতন নাগ্ৰীজুলিত ককা আইতা দিৱস পালন
ಉತ್ತರಾಖಂಡದ ಗಂಗೋತ್ರಿ, ಕೇದಾರನಾಥ ಹೆದ್ದಾರಿಯ ಅನೇಕ ಪ್ರದೇಶಗಳಲ್ಲಿ ಭೂಕುಸಿತ: ಕಣಿವೆಗೆ ಉರುಳಿದ ಟೆಂಪೋ
ಉತ್ತರಾಖಂಡದ ಗಂಗೋತ್ರಿ, ಕೇದಾರನಾಥ ಹೆದ್ದಾರಿಯ ಅನೇಕ ಪ್ರದೇಶಗಳಲ್ಲಿ ಭೂಕುಸಿತ: ಕಣಿವೆಗೆ ಉರುಳಿದ ಟೆಂಪೋ
শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষ্যে নাম প্ৰসংগই মুখৰিত মৰাণ
শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষ্যে নাম প্ৰসংগই মুখৰিত মৰাণ
यूक्रेन जंग के बीच PM मोदी कीव पहुंचे:दो साल में तीसरी बार जेलेंस्की से मिलेंगे
रूस-यूक्रेन जंग की शुरुआत के ढाई साल बाद प्रधानमंत्री मोदी यूक्रेन की राजधानी कीव पहुंच गए हैं।...
આચાર સંહિતા અમલવારી : રાજકીય પક્ષોના હોર્ડિંગ્સ દૂર કરાયા.
વિધાનસભાની ચૂંટણી તારીખો જાહેર થયા બાદ આચાર સંહિતાની લાગુ થઈ જતા રાજકીય પક્ષોના બેનરો, હોર્ડિંગ્સ...