দেওমৰনৈৰ সমীপৰ পাতিদৰং প্ৰাথমিক বিদ্যালয়ত সভা এখন অনুষ্ঠিত হয় । ইতিপূৰ্বে বন্ধ হোৱা পাতিদৰং ৰন্তিদেৱ মধ্য ইংৰাজী বিদ্যালয় খন পুনৰ উজ্জীৱিত কৰা উদ্দেশ্যে আলোচনা কৰিবলৈ পাতিদৰঙ প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ লেঙ্গেৰীয়াঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যাদৱ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী উপস্থিত থাকি বিদ্যালয়খন পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই ৷দেওমৰনৈৰ পাতিদৰং ৰন্তিদেৱ মধ্য ইংৰাজী বিদ্যালয় পুনৰ উজ্জীৱিত কৰা উদ্দেশ্যে ৰাজহুৱা সভা সম্পন্ন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত নদীৰ মাটি কাটি নতুন মথাউৰিলৈ কঢ়িয়াই আনিছে ভাবুকি
ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত নদীৰ মাটি কাটি নতুন মথাউৰিলৈ কঢ়িয়াই আনিছে ভাবুকি।স্থানীয় প্ৰশাসনৰ...
મોબાઇલ ચોરીના ગુનામાં સાવરકુંડલા તાલુકાના ખડકાળા ગામના નિલેશ લશકરી નામના એક ઈસમને ચોરીના મોબાઇલ ફોન સાથે પકડી પાડતી પોલીસ
સાવરકુંડલા ટાઉન પો.સ્ટે. માં e-FIR દ્વારા દાખલ થયેલ મોબાઇલ ચોરીના ગુનામાં એક ઈસમને ચોરીના મોબાઇલ...
શહેર અને જિલ્લાના અલગ અલગ વિસ્તારમાં છેલ્લા 24 કલાકમાં પ્રોહિબિશનના નવ ગુના નોંધાયા
શહેર અને જિલ્લાના અલગ અલગ વિસ્તારમાં છેલ્લા 24 કલાકમાં પ્રોહિબિશનના નવ ગુના નોંધાયા
खाते हुए सिपाही को डांटने का वीडियो वायरल, IPS Shubham ने आरोपों पर क्या जवाब दिया?
खाते हुए सिपाही को डांटने का वीडियो वायरल, IPS Shubham ने आरोपों पर क्या जवाब दिया?
NSUI creates havoc over the alleged B.Com & BBA paper leak row in Saurashtra University |TV9News
NSUI creates havoc over the alleged B.Com & BBA paper leak row in Saurashtra University |TV9News