সোমবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ মাকুম পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ সচেতন নাগৰিকসকলক লৈ মাকুমৰ যুগল কিশোৰ কেষান ভৱনত মাকুম পৌৰসভাই এক গুৰুত্বপূৰ্ণ সভা অনুষ্টিত কৰে ৷ মাকুম চহৰখন জাকতজিলিকা কৰি তোলাৰ স্বাৰ্থত সচেতন নাগৰিকসকলৰপৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে পৌৰসভাই। সভাখনত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, পৌৰপতি বিপাশা বৰা, পৌৰ আয়ুক্ত অপৰূপা বুঢ়াগোহাঁই, গাঁও আৰু নগৰীয়া উন্নয়ন পৰিকল্পনা সঞ্চালক বিশ্বজিৎ ভূঞা, পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গৌৰীসাগৰত আৰক্ষী জিম্মাত যুৱকৰ মৃত্যু
প্ৰতিবাদত উত্তাল গৌৰীসাগৰ
থানা ঘেৰাও ৰাজপথ অৱৰোধ
অ’চি নিলম্বিত তদন্ত ঘোষণা
আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ক্ষেত্ৰত অসমে বহু ৰাজ্যক চেৰ পেলাবলৈ উদ্যত হৈছে৷ বিভিন্ন সময়ত...
Seema Haider News: Nepal में जिस मंदिर में हुई शादी, उस मंदिर से मिलेगा सुराग | Seema-Sachin
Seema Haider News: पाकिस्तान से आई सीमा हैदर कथित रूप से अपने प्यार सचिन मीणा के साथ भारत में...
ब्लॉक स्तरीय अधिकारियो, जनप्रतिनिधियों ने पौधरोपण किया
छबड़ा। ’एक पौधा-मां के नाम अभियान’ के तहत नगर पालिका के तत्वाधान मे राजकीय कॉलेज परिसर...
ટેન્કરમાં છુપાવી સાયલા લઇ જવાતો 1930 બોટલ દારૂ, 3571 બિયરના ટીન ઝડપાયા
એલસીબી ટીમ રાજકોટ અમદાવાદ હાઇવે પર પેટ્રોલિંગમાં હોવા દરમિયાન વિદેશી દારૂ અંગે બાતમી મળી હતી. આથી...