বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাৰ বৰপুখুৰী ৰোডত সংঘটিত হল ভয়াবহ পথ দুৰ্ঘটনা।তীব্ৰ বেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বৈদ্যুতিক খুটাত।থিতাতে নিহত হয় মটৰ চাইকেল চালক গনেশ তেলী।উল্লেখ যে বিশ্বনাথৰ বৰপুখুৰী দিশৰ পৰা প্ৰতাপগড় দিশে AS 12T 7644 নম্বৰৰ yamha fr মটৰ চাইকেল গৈ থকা সময়তে এটা টাৰ্নিঙত নিয়ন্ত্ৰণ হেৰুয়াই এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে আৰু থিতাতে নিহত হয় । লগে লগে স্থানীয় ৰাইজে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত খবৰ দিয়ে আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ যান বাহন বিভাগৰ লোকে ঘটনা স্থলীত উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ১০৮ সেৱাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে লোক জনক মৃত বুলি ঘোষনা কৰে।যান বাহন আৰক্ষীৰ মতে হেলমেট পৰিধান নকৰাৰ বাবেই এইদৰে বাইক আৰোহীয়ে অকাল মৃত্যুক সাবতিব লগিয়া হল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रधानमंत्री ने नौ वंदे भारत एक्सप्रेस ट्रेनों को हरी झंडी दिखाई , Ahmedabad #aiv @ALLINDIAVOICE23
प्रधानमंत्री ने नौ वंदे भारत एक्सप्रेस ट्रेनों को हरी झंडी दिखाई , Ahmedabad #aiv @ALLINDIAVOICE23
જય ગૌમાતા જય ગોપાલ ચાલો ગાંધીનગર ચાલો ગાંધીનગર
ચાલો ગાંધીનગર ચાલો ગાંધીનગર
মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ পালন ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন
মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ পালন ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন
America में क्यों हो रहे Indian Students छात्रों पर हमले और क्या कह रहे हैं वहां रहने वाले छात्र?
America में क्यों हो रहे Indian Students छात्रों पर हमले और क्या कह रहे हैं वहां रहने वाले छात्र?